মোৰ দস্তাবেজ
জয় জয়তে সকলোলৈকে মোৰ মনজিৎৰ প্রণাম।
Pages
Home
EXPLORING BONGAIGAON
PHOTOGRAPHY (ফটোগ্রাফী)
TOURS AND TRAVELS ( ভ্ৰমণ )
অসমীয়া সাহিত্য-গল্প,সাহিত্য,কবিতা ইত্যাদি ইত্যাদি...
ON THE LAP OF MOTHER NATURE.....
ইটো-সিটো বহুতো.....
About Me
মোৰ দস্তাবেজ
সময়....এটি মৃদু শিহৰণ।যাৰ অন্তৰালত লুকাই থাকে সুখ-দুখৰ অনুভূতিৰে ভৰপুৰ অভিজ্ঞতাৰ পৃষ্ঠা কিছুমান |সুখ-দুখৰ অভিজ্ঞতাৰ টুকুৰা-টুকুৰ অনুভূতিবোৰ সংগত কৰি কেতিয়াবা আকৌ লুটিয়াই চাবলৈ মন যায় অতীতৰ পৃষ্ঠাবোৰ,শৈশৱৰ পৃষ্ঠাবোৰ আৰু বৰ্তমানৰ ৰুক্ষ জীৱনটোৰ জটিলতাবোৰ। সময়ৰ চাকনৈয়াত জীৱনৰ প্ৰত্যেকটি প’ল, প্ৰত্যেকটো ক্ষণ কেনেকৈ পাৰ হৈ যায় আমি যে একো একো উম-ঘামেই নাপাও।এই সময়বোৰ, প’লবোৰ জানো এক অভিজ্ঞতাৰ দুৱাৰডলি নহয়?এয়া জানো এক অসম্পূর্ণ দস্তাবেজ নহয়?যাৰ পৃষ্ঠাৰ সংখ্যা বাঢ়ি থাকিব অবিৰতভাৱে জীৱনৰ শেষ নিশ্বাসকন থকালৈকে কিছুমান সম্পূর্ণ-অসম্পূর্ণ কথাৰ সমাহাৰৰ মাজেৰে....
View my complete profile
Sunday, October 17, 2010
নিসংগতা
এতিয়া মই আড্ডা মাৰো
নিসংগতাৰ লগত
বেলি কেতিয়া ওলায় আৰু হেঙুলীয়া হয়
খবৰেই নাথাকে অ'!!
কেৱল চলি থাকে নিৰস আড্ডা
এটা এন্ধাৰ কোঠালিত,
কূটিল সময়ৰ উঁই পোকে
কুটিব খোজে স্মৃতিৰ এলবাম
এনেকৈ আৰু কিমান দিন?
কিমান দিন?
.................মনজিত্
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment